Sub's target = 99k মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো । ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰমৰ লগত জড়িত হোৱাকৈ এই channel টো বনোৱা হৈছে । বিদ্যালয়ত অনুষ্ঠিত হোৱা নৃত্য ,গীত সকলো Upload কৰা হয় ।তোমালোকৰ সহায় আৰু সহযোগীতাৰ অতি প্ৰয়োজন। যদিহে মোৰ এই ভিডিঅসমূহ ভাল লাগে লাইক কমেন্ট কৰিব লগতে subscribe কৰি দিবা। Please support @Kkeducational ❤️